अर्थ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
उदाहरण :
ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
पर्यायवाची : ভাগ-বাটোৱাৰা
अर्थ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
उदाहरण :
আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
पर्यायवाची : হৰণ অংক