अर्थ : ব্যাপক হোৱা অৱস্থা বা ভাব
उदाहरण :
মহাপুৰুষ কবীৰৰ ৰচনাৰাজিৰ পৰা তেওঁৰ জ্ঞানৰ ব্যাপকতাৰ বিষয়ে জানিব পাৰি
पर्यायवाची : ব্যাপকতা
अर्थ : বিশাল বা বহুত ডাঙৰ হোৱা অৱস্থা বা ভাব
उदाहरण :
সেই ভৱনটোৰ বিশালতাই সকলোকে আকর্ষিত কৰে