सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
उदाहरण : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
पर्यायवाची : কালকূট, গৰল, জহৰ, বিহ, হলাহল
अर्थ : মাজে মাজে হোৱা বিষ
उदाहरण : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়
पर्यायवाची : পীড়া, বিষ বেদনা, বিষ-বেমাৰ
इंस्टॉल करें