अर्थ : * দূৰত্ব, স্থান, সময় আদিৰ অন্তৰাল বা ইয়াৰ মাজত বিয়পি থকা
उदाहरण :
ভাৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে
पर्यायवाची : পৰিব্যাপ্ত হোৱা, বিয়পি থকা
अर्थ : কোনো ঠাইলৈকে হোৱা প্রসাৰণ কার্য
उदाहरण :
গাঁওলৈকে বানপানী বিস্তৃত হʼল
पर्यायवाची : প্রসাৰতি হোৱা