पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিৰক্ত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিৰক্ত   বিশেষ্য

अर्थ : আমনি লগা কার্য ্বা ভাব

उदाहरण : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল

বিৰক্ত   বিশেষণ

अर्थ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

उदाहरण : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

पर्यायवाची : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী

अर्थ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

उदाहरण : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

पर्यायवाची : অন্যমনস্ক, উদাস, ম্লান

चौपाल