अर्थ : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
उदाहरण :
প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
पर्यायवाची : উদাসীন কৰা
अर्थ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
उदाहरण :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
पर्यायवाची : আমনি কৰা