अर्थ : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
उदाहरण :
সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
अर्थ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
उदाहरण :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
पर्यायवाची : বিয়োগ
अर्थ : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
उदाहरण :
বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
पर्यायवाची : বিচ্ছেদ