सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শত্রুৰ ভাব বা কার্য
उदाहरण : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
पर्यायवाची : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিদ্বেষ, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
अर्थ : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
उदाहरण : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
पर्यायवाची : প্রতিৰোধ, বিৰোধ, বিৰোধাচৰণ
इंस्टॉल करें