पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বীজ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বীজ   বিশেষ্য

अर्थ : ফুলযুক্ত উদ্ভিদ বা শস্যৰ দানা বিশেষ অথবা বৃক্ষৰ ফলৰ সেইবোৰ গুটি যʼৰ পৰা ঠিক একেধৰণৰ নতুন উদ্ভিদ, শস্য বা বৃক্ষ উৎপন্ন হয়

उदाहरण : খেতিয়কে পথাৰত ঘেঁহুৰ বীজ সিঁচি আছে

अर्थ : যি কোনো কাম আদিৰ বাবে প্রেৰণা দিয়ে বা কোনো কাৰণবশতঃ উৎপন্ন হোৱা ভাৱ

उदाहरण : মনোহৰৰ ব্যৱহাৰে শীলাৰ মনত ঘৃণাৰ বীজ ৰোপন কৰিলে

चौपाल