पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বীজাণু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বীজাণু   বিশেষ্য

अर्थ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী

उदाहरण : জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়

पर्यायवाची : জীৱাণু

अर्थ : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ

उदाहरण : বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়

पर्यायवाची : ভাইৰাচ

अर्थ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক

उदाहरण : বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ

पर्यायवाची : জীৱাণু

चौपाल