सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
उदाहरण : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল
पर्यायवाची : জোৰৱান, বলৱান, বাহাদুৰ, বীৰ পুৰুষ
अर्थ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
उदाहरण : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
पर्यायवाची : পৰাক্রমী, বলৱান, বাহাদুৰ, সাহসী, সুৰ
अर्थ : জীৱনৰ বাজি লগাই দিওতা
उदाहरण : আমাৰ দেশৰ স্বাধীনতা বীৰ ব্যক্তিসকলৰ উপহাৰ
इंस्टॉल करें