सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ বুদ্ধি আৰু বোধশক্তি অধিক
उदाहरण : বুদ্ধিমানৰ সংগত থাকি থাকি তুমিও বুদ্ধিমান হৈ পৰিবা
पर्यायवाची : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিমান, মতিমান, মেধাবান, মেধাবী, মেধাযুক্ত, মেধাৱান, মেধাৱী
अर्थ : যিজন বুদ্ধি আৰু বোধশক্তি সম্পন্ন
उदाहरण : বুদ্ধিমান লোকে কাৰো সৈতে অযথা তর্ক নকৰে
पर्यायवाची : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিমান, বুধিয়ক, মতিমান, মেধাবী
इंस्टॉल करें