अर्थ : অধ্যয়নৰ কাৰণে লাভ কৰা অনুদান
उदाहरण :
ৰোহণৰ দৰে দুখীয়া লʼৰাই বৃত্তি পায়েই পঢ়া-শুনা কৰিলে
पर्यायवाची : ছাত্রবৃত্তি
अर्थ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
उदाहरण :
তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
पर्यायवाची : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ
अर्थ : কাৰোবাৰ ভৰণ-পোষণ আদিৰ কাৰণে দিয়া ধন
उदाहरण :
চৰকাৰে বিধৱা, বৃদ্ধ আদিৰ জীৱন-নির্বাহৰ কাৰণে বৃত্তি প্রদান কৰে