सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
उदाहरण : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
पर्यायवाची : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ ৰাশি, বৃষৰাশি, বৃষৰাশিৰ লোক
अर्थ : ভতৰা গৰু
उदाहरण : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
पर्यायवाची : বৃষ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
अर्थ : কলঘৰ আৰু গাড়ীত যুতি দিয়া গৰু জাতিৰ বন্ধোৱা মতা
उदाहरण : বলদ কৃষকৰ পৰম বন্ধু
पर्यायवाची : ঋষভ, বলদ, মতাগৰু
इंस्टॉल करें