सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদি অধিক মাত্রাত ওপৰৰ পৰা সৰি পৰা কার্য
उदाहरण : ভক্তই সাধুবাবাৰ ওপৰত পুষ্প বৃষ্টি কৰিছে
पर्यायवाची : ্বর্ষণ
अर्थ : পানী বৰষা কার্য
उदाहरण : ভাৰতৰ চেৰাপুঞ্জীত সকলোতকৈ বেছি বৰষুণ হয়
पर्यायवाची : আকাশসলিল, বা-বৰষুণ, বৰষুণ, বৰষুণ-বাদল, মেঘদ্রৱ, মেঘোদক, মেঘৰস
अर्थ : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল
उदाहरण : তেওঁ বৰষুণত তিতিলে
पर्यायवाची : বর্ষা, বৰষুণ
इंस्टॉल करें