सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
उदाहरण : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
पर्यायवाची : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ, বৃষভ ৰাশি, বৃষৰাশিৰ লোক
अर्थ : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
उदाहरण : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
पर्यायवाची : বৃষ, বৃষ ৰাশি
इंस्टॉल करें