सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি মাত্রা হিচাপত অধিক
उदाहरण : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
पर्यायवाची : গধুৰ, বহুত ডাঙৰ
अर्थ : দেখাত বিশাল আৰু সুন্দৰ
उदाहरण : তাজমহল এটা জকমকীয়া প্রাসাদ
पर्यायवाची : জকমকীয়া
अर्थ : বহুত ডাঙৰ
उदाहरण : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
पर्यायवाची : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
अर्थ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
उदाहरण : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
पर्यायवाची : বিশাল, বিৰাট, বৃহদ
इंस्टॉल करें