सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
उदाहरण : মোৰ ধনৰ মোনাটো চুৰি হʼল
पर्यायवाची : জোলোঙা, মোনা
अर्थ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
उदाहरण : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
पर्यायवाची : কোব, সোঁত
अर्थ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
उदाहरण : ককাই ৰচীদবোৰ মোনাত ৰাখে
पर्यायवाची : মোনা
अर्थ : তীব্র হোৱা অৱস্থা
उदाहरण : বতাহ বহুত বেগেৰে বৈ আছে
पर्यायवाची : তীব্রতা
अर्थ : বৈ যোৱা কার্য ্বা ভাব
उदाहरण : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
पर्यायवाची : ধাৰা, প্রবাহ, সোঁত
अर्थ : মোনাৰ বস্তু
उदाहरण : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
पर्यायवाची : বস্তা, মোনা
अर्थ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
उदाहरण : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
पर्यायवाची : গতি, তীব্রতা
इंस्टॉल करें