अर्थ : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
उदाहरण :
চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
पर्यायवाची : জামুক ৰং, বেঙ্গুনীয়া
अर्थ : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
उदाहरण :
বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়