अर्थ : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
उदाहरण :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
पर्यायवाची : বেঙেনা গছ
अर्थ : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
उदाहरण :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে