सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
उदाहरण : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
पर्यायवाची : বেজী
अर्थ : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
उदाहरण : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
पर्यायवाची : ইনজেকচন, ইনজেক্সন
इंस्टॉल करें