पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বেলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বেলা   বিশেষ্য

अर्थ : ভোজন কৰাৰ নিশ্চিত সময়

उदाहरण : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

पर्यायवाची : সময়

अर्थ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

उदाहरण : সময় কাৰোবাবে ৰৈ নাথাকে

पर्यायवाची : কাল, ক্ষণ, সময়

अर्थ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

उदाहरण : এই কামটো কৰিবৰ সময় হʼল

पर्यायवाची : ক্ষণ, দাও, সময়, সুচল, সুযোগ

বেলা   ক্ৰিয়া

अर्थ : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য

उदाहरण : সীমাই বৰ খৰকৈ বেলিব পাৰে

चौपाल