अर्थ : বেলাৰুচৰ নিবাসী
उदाहरण :
সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
पर्यायवाची : বেলাৰুচ-বাসী, বেলাৰুচবাসী
अर्थ : বেলাৰুচৰ লোকসকলৰ ভাষা
उदाहरण :
বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
पर्यायवाची : বেলাৰুচিয়ান ভাষা
अर्थ : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
उदाहरण :
তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
अर्थ : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
उदाहरण :
লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল