पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বেয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বেয়া   বিশেষ্য

अर्थ : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

उदाहरण : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

पर्यायवाची : বিকাৰ, বিকৃতি

বেয়া   বিশেষণ

अर्थ : যিটো নষ্ট হৈ গৈছে

उदाहरण : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া

पर्यायवाची : গেলা

अर्थ : যি প্রবল নহয়

उदाहरण : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

पर्यायवाची : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, মন্দ

अर्थ : ভালৰ ওলোটা বা বিপৰীত

उदाहरण : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

पर्यायवाची : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, মন্দ

अर्थ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

उदाहरण : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

पर्यायवाची : লেতেৰা

अर्थ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে

उदाहरण : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে

पर्यायवाची : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা

अर्थ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

उदाहरण : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

पर्यायवाची : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা

चौपाल