अर्थ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
उदाहरण :
বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
पर्यायवाची : লেতেৰা
अर्थ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
उदाहरण :
তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
पर्यायवाची : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
अर्थ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
उदाहरण :
ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
पर्यायवाची : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা