सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বেৰ আদিৰে ঘেৰি থকা ঠাই
उदाहरण : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
पर्यायवाची : ঘেৰা
अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
उदाहरण : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
पर्यायवाची : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ
अर्थ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক
उदाहरण : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে
पर्यायवाची : হেঙাৰ, ৰেলিঙ
अर्थ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
उदाहरण : শিলেৰে বনোৱা বেৰ মজবুত হয়
पर्यायवाची : দেৱাল, প্রাচীৰ, বেৰ, ৱাল
अर्थ : চাৰিওফালৰ পৰা ঘেৰি দিয়া
उदाहरण : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
पर्यायवाची : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া
अर्थ : চাৰিওফালে ৰখা বা আগুৰি লোৱা
उदाहरण : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
पर्यायवाची : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-
इंस्टॉल करें