पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বৈঠকখানা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বৈঠকখানা   বিশেষ্য

अर्थ : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

उदाहरण : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

पर्यायवाची : চʼৰা, চʼৰা ঘৰ, চʼৰাঘৰ, ড্রইং ৰুম, বহা কোঠা

अर्थ : বহাৰ স্থান

उदाहरण : বৈঠকখানা সম্পূর্ণৰূপে ভৰি আছিল

अर्थ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা

उदाहरण : চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে

पर्यायवाची : অতিথি-কোঠা, চʼৰাঘৰ

चौपाल