सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
उदाहरण : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
पर्यायवाची : সন্ত, সন্ন্যাসী, সাধু
अर्थ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
उदाहरण : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
पर्यायवाची : বিমুখ, বিৰক্ত, বিৰাগ, সন্যাসী
इंस्टॉल करें