सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বোকা যুক্ত বা যʼত বোকা থাকে
उदाहरण : ইয়াৰ মাটি বোকাময়
अर्थ : বোকাৰে ভৰি থকা
उदाहरण : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
पर्यायवाची : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
अर्थ : যʼত বোকা আছে
उदाहरण : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
पर्यायवाची : পংকিল, পঙ্কিল
अर्थ : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
उदाहरण : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
इंस्टॉल करें