पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বোধ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বোধ   বিশেষ্য

अर्थ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

उदाहरण : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

पर्यायवाची : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান

अर्थ : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান

उदाहरण : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়

पर्यायवाची : প্রাজ্ঞা, বোধশক্তি

अर्थ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ

उदाहरण : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে

पर्यायवाची : বুদ্ধি

अर्थ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

उदाहरण : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

पर्यायवाची : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

चौपाल