अर्थ : পানীৰ ধাৰাত এৰি দিয়া
उदाहरण :
হিন্দুসকলে মৃতকৰ অস্থি নদীত বোৱাই দিয়ে
पर्यायवाची : প্রৱাহিত কৰা
अर्थ : দ্রৱ পদার্থক তলৰপিনে বৈ যোৱাত প্রবৃত্ত কৰা
उदाहरण :
লʼৰাটোৱে টেংকীত গোটখাই থকা পানীখিনি বোৱাই দিলে
पर्यायवाची : প্রৱাহিত কৰা