अर्थ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
उदाहरण :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
पर्यायवाची : কোৱা, দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, শিকাই দিয়া
अर्थ : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
उदाहरण :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
पर्यायवाची : প্রকাশ কৰা