अर्थ : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
उदाहरण :
সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
पर्यायवाची : খৰচ
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
उदाहरण :
এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
पर्यायवाची : খৰচ