अर्थ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি
उदाहरण :
এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
पर्यायवाची : ব্যৱস্থা
अर्थ : ব্যৱস্থা কৰা কার্য ্বা ভাব
उदाहरण :
সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
पर्यायवाची : আয়োজন, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা