पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ব্যৱহাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ব্যৱহাৰ   বিশেষ্য

अर्थ : কামত অহা বা লগা কার্য

उदाहरण : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়

पर्यायवाची : উপভোগ, প্রয়োগ

अर्थ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য

उदाहरण : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা

पर्यायवाची : কামত লগোৱা, প্রয়োগ

अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

उदाहरण : তেওঁৰ ব্যৱহাৰ ভাল নহয়

पर्यायवाची : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

अर्थ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি

उदाहरण : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ

पर्यायवाची : আচৰণ, ধৰণ-কৰণ

चौपाल