सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে
उदाहरण : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে
पर्यायवाची : বর্ষীয়ান, বুঢ়া, বৃদ্ধ, বৃদ্ধ লোক, বৃদ্ধলোক, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ
अर्थ : যি বাল্যাৱস্থা পাৰ কৰি যৌৱনত ভৰি দিছে
उदाहरण : তেওঁ বয়সীয়া যদিও শিশুৰ দৰে ব্যৱহাৰ কৰে
पर्यायवाची : বয়সস্থ, বয়সিয়াল
इंस्टॉल करें