पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বৰ   বিশেষ্য

अर्थ : কোনো দেৱতা বা জ্যেষ্ঠজন প্রসন্ন হৈ কোনো অভিপ্রেত বস্তু বা সিদ্ধি প্রদান কৰা ক্রিয়া বা ভাৱ

उदाहरण : মহাত্মাই তেওঁক পুত্রলাভৰ বৰ দিলে

पर्यायवाची : বৰ দান, বৰদান

अर्थ : যিজন পুৰুষৰ বিবাহ হৈ আছে বা হৈ গৈছে

उदाहरण : নিজৰ লʼৰাক দৰাৰ ৰূপত দেখি মাক প্রফুল্লিত হৈছিল

पर्यायवाची : দৰা

अर्थ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

उदाहरण :

पर्यायवाची : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, মতা, স্বামী

বৰ   বিশেষণ

अर्थ : যি পৰিমাণত বেছি

उदाहरण : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

पर्यायवाची : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

चौपाल