अर्थ : বহুত কথা কʼব পৰাজন
उदाहरण :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
पर्यायवाची : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, মুখসর্বস্ব
अर्थ : যিজনে জোখতকৈ বঢ়াই কথা কয়
उदाहरण :
মই বৰকথীয়া মানুহ ভাল নাপাও