सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো আলোচনী বা কিতাপ আদিৰ বার্ষিক বা মাহেকীয়া মূল্য
उदाहरण : মই কাদম্বিনীৰ বৰঙণি এতিয়ালৈকে পঠিওৱা নাই
अर्थ : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ
उदाहरण : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে
पर्यायवाची : অৱদান, দান, যোগদান
अर्थ : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
उदाहरण : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
पर्यायवाची : অনুদান, চান্দা
इंस्टॉल करें