पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বৰফ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বৰফ   বিশেষ্য

अर्थ : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ

उदाहरण : তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে

पर्यायवाची : আইচ

अर्थ : পানীৰ একপ্রকাৰ গোটা ৰূপ

उदाहरण : শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল

अर्थ : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে

उदाहरण : আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে

पर्यायवाची : হিম

चौपाल