सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
उदाहरण : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
पर्यायवाची : ভঁ্ৰাল ঘৰ, ভাখাৰী
अर्थ : যিটো গুদামত শস্য ৰখা হয়
उदाहरण : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
पर्यायवाची : ভঁ্ৰাল ঘৰ
अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
उदाहरण :
पर्यायवाची : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
अर्थ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
उदाहरण : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
पर्यायवाची : ভাণ্ডাৰ, সাগৰ
इंस्टॉल करें