सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি নিজৰ স্বার্থৰ ্বাবে কাৰোবাৰ সর্বনাশ কৰে
उदाहरण : যেতিয়া ৰক্ষকেই ভক্ষক হৈ পৰে তেতিয়া কোনেও একো কৰিব নোৱাৰে
पर्यायवाची : ভক্ষক
अर्थ : যিয়ে খায়
उदाहरण : সিংহ এবিধ মাংসভোজী জন্তু
पर्यायवाची : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষক, ভক্ষণকাৰী, ভক্ষ্য, ভোক্তা, ভোজক, ভোজনকাৰী, ভোজী
इंस्टॉल करें