अर्थ : কোনো বস্তু আদিৰ বহুতো ভাগ কৰা
उदाहरण :
চোৰে চুৰ কৰা সামগ্রীবোৰ ভগাই লʼলে
पर्यायवाची : বিভাজন কৰা, ভাগ কৰা
अर्थ : অংশীদাৰ অনুসৰি কিবা পোৱা বা দিয়া
उदाहरण :
আজি বিদ্যালয়ত মিঠাই ভগোৱা হʼব
पर्यायवाची : বিতৰণ কৰা