पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভঙা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভঙা   ক্ৰিয়া

अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

उदाहरण : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

पर्यायवाची : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া

अर्थ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

उदाहरण : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

पर्यायवाची : টুকুৰা কৰা

अर्थ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা

उदाहरण : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল

पर्यायवाची : ভাঙি যোৱা

अर्थ : সম্বন্ধ আদি ভাঙি যোৱা

उदाहरण : চালমাৰ বিয়াখন ভাঙি গʼল

अर्थ : কোনো অস্তিত্বত নথকা

उदाहरण : গাঁৱৰ পুৰণি স্কুলখন ভাগিল

पर्यायवाची : ভাঙি যোৱা

ভঙা   বিশেষণ

अर्थ : যিটো ভাঙিছে বা ভঙ্গ হৈছে

उदाहरण : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল

पर्यायवाची : খণ্ডিত, বিখণ্ডিত, ভগা, ভগ্ন, ভঞ্জিত

अर्थ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে

उदाहरण : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য

पर्यायवाची : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভগ্ন, ভঙা-ছিঙা

चौपाल