पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভণ্টি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভণ্টি   বিশেষ্য

अर्थ : খুৰাৰ ছোৱালী

उदाहरण : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল

पर्यायवाची : খুৰাৰ ছোৱালী, বাইদেউ

अर्थ : জেঠোদেউ বা পেহাৰ ছোৱালী

उदाहरण : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই

पर्यायवाची : পেহাৰ ছোৱালী, বাইদেউ

अर्थ : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান

उदाहरण : ৰাধা মোৰ নিজা ভনী

पर्यायवाची : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ

अर्थ : বয়সত সৰু ভনী

उदाहरण : মোৰ ভণ্টী পঢ়া-শুনাত বৰ চোকা

पर्यायवाची : ভণ্টী, ভনী, সৰু ভণ্টী, সৰু ভনী

अर्थ : মাহীৰ ছোৱালী

उदाहरण : মোৰ ভণ্টি (মাহীৰ ছোৱালী) এগৰাকী ্ ধর্মপ্র্াণা মহিলা

पर्यायवाची : মাহীৰ ছোৱালী

चौपाल