अर्थ : সজ্জন হোৱা ভাব
उदाहरण :
ভদ্রতা এটি বহুত ডাঙৰ গুণ
पर्यायवाची : ঋজুতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
अर्थ : শিষ্ট বা ভদ্র হোৱা অৱস্থা
उदाहरण :
সেই ৰাজমহলটোৰ ভদ্রতাই সকলোকে আকর্ষিত কৰে
पर्यायवाची : শিষ্টতা