सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সম্বন্ধৰ বিচাৰত মাকৰ জীয়েক বা খুৰী, মামী, জেঠী আদিৰ ছোৱালী বা যাক ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত ভগ্নীৰ ্মর্যাদা দিয়া হৈছে
उदाहरण : মোৰ খুৰাৰ ভনী বৰ মৃদু স্বভাৱৰ
पर्यायवाची : ভগিনী, ভগ্নী
अर्थ : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
उदाहरण : ৰাধা মোৰ নিজা ভনী
पर्यायवाची : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভণ্টি, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
अर्थ : বয়সত সৰু ভনী
उदाहरण : মোৰ ভণ্টী পঢ়া-শুনাত বৰ চোকা
पर्यायवाची : ভণ্টি, ভণ্টী, সৰু ভণ্টী, সৰু ভনী
इंस्टॉल करें