अर्थ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
उदाहरण :
এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
पर्यायवाची : চিন্তা কৰা, ভাবি থকা
अर्थ : কোনো কথা বা কামত নিজকে নিজে আনৰ তুলনাত শ্রেষ্ঠ বুলি অনুভৱ কৰা
उदाहरण :
সি নিজকে নিজে বহুত কিবা বুলি ভাবে