अर्थ : পৰিশ্রম কৰি কৰি আৰু পৰিশ্রম কৰিব নোৱাৰা হোৱা অৱস্থা
उदाहरण :
ইমান কাম কৰাৰ পিছতো তেওঁৰ ্ ভাগৰ লগা নাই
पर्यायवाची : অৱস হোৱা, অৱসন্ন কৰা, ক্লান্ত হোৱা, ক্লান্ত-শ্রান্ত হোৱা, ভাগৰা, লেবেজান হোৱা পৰিশ্রান্ত হোৱা
अर्थ : ভাগৰি যোৱা কার্য
उदाहरण :
লʼৰাটোৰ পিছত দৌৰি-দৌৰি মাকৰ ভাগৰ লাগিল