सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই
उदाहरण : সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে
पर्यायवाची : ভাটৌ চৰাই
अर्थ : ভাটৌ জাতিৰ মাইকী
उदाहरण : মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে
पर्यायवाची : ভাটৌ(জনী), মাইকী ভাটৌ
इंस्टॉल करें