पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভাড়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভাড়া   বিশেষ্য

अर्थ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

उदाहरण : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

पर्यायवाची : ভাৰা, মাচুল, শুল্ক

अर्थ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী

उदाहरण : সকলো টেক্সীৱালাই ভাৰা লৈ গʼল

पर्यायवाची : ভাৰা

अर्थ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন

उदाहरण : ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান

पर्यायवाची : পৰিবহন ভাৰা, ভাৰা

चौपाल